Breaking

আজি দেশত দ্বিতীয় পৰ্যায়ৰ ভোটগ্ৰহণ। অসমৰ ৫ সমষ্টিত দ্বিতীয় পৰ্যায়ৰ ভোটগ্ৰহণ…

0 11

আজি দেশত দ্বিতীয় পৰ্যায়ৰ ভোটগ্ৰহণ।

দেশৰ ১৩ ৰাজ্যৰ ৮৮ সমষ্টিত ভোটগ্ৰহণ।

অসমৰ ৫ সমষ্টিত আজি নিৰ্বাচন।

অসমৰ দৰং-ওদালগুৰি, নগাঁও, কৰিমগঞ্জ, ডিফু, শিলচৰত আজি ভোটগ্ৰহণ।

পুৱা ৭ বজাৰ পৰাৰ আৰম্ভ ভোটগ্ৰহণ প্ৰক্ৰিয়া।

আনহাতে প্ৰতিগৰাকী নাগৰিকক ভোটাধিকাৰ সাব্যস্ত কৰিবলৈ আহ্বান মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাৰ।

Leave A Reply