June 24, 2024 আজি কামাখ্যাত অম্বুবাচী মেলাৰ তৃতীয়টো দিন… Share FacebookTwitterWhatsAppTelegramKooEmail আজি কামাখ্যাত অম্বুবাচী মেলাৰ তৃতীয়টো দিন। দেশ-বিদেশৰ হাজাৰ হাজাৰ ভক্তৰে ভৰি পৰিছে কামাখ্যা ধামত। ভক্তৰে উখল-মাখলৰ পৰিৱেশ নীলাচলৰ বুকুত। শনিবাৰে পুৱা ৮ বাজি ৪৩ মিনিটত প্ৰবৃত্তি। ২৫ জুনৰ নিশা ৯বাজি ১৯মিনিটত হ’ব নিবৃত্তি। Author: দৈনন্দিন বাৰ্তা Related Articles খুচি কাশ্যপলৈ এন চি চিৰ ২০২৬ -২৭ বৰ্ষৰ বীৰ চিলাৰায় বঁটা দৈনন্দিন বাৰ্তা - September 4, 2026 অৱশেষত নগাঁও জিলা আয়ুক্ত দেৱাশিস শৰ্মাৰ স্বেচ্ছামূলক অৱসৰ গ্ৰহণ দৈনন্দিন বাৰ্তা - September 4, 2026 অসম ভলীবল মিছন-১০০ৰ বৰ্ষপৃৰ্তি অনুষ্ঠান… দৈনন্দিন বাৰ্তা - September 2, 2026