Breaking

আজি বিশ্ব যকৃত দিৱস। যকৃতৰ ভালে ৰাখিবলৈ ৫টা যোগ আসন আৰু ধ্যান কৌশলৰ বিষয়ে জানক…

0 113

প্ৰতি বছৰে ১৯ এপ্ৰিল দিনটো বিশ্ব যকৃত দিৱস হিচাপে পালন কৰা হয় আৰু ইয়াৰ উদ্দেশ্য যকৃতৰ লগত জড়িত ৰোগৰ বিষয়ে সজাগতা বৃদ্ধি আৰু যকৃত ভালে ৰখা। যকৃত ভালে ৰাখিবলৈ আসন আৰু ধ্যান কৌশল অনুসৰণ কৰিব লাগে।

তলত কিছুমান আসন আৰু ধ্যান কৌশলৰ ফটো চাওক-

১) মাণ্ডুকাচন
ভংগীমাৰ গঠন:


২) অধো মুখ স্বনাসন
ভংগীমাৰ গঠন:

৩) শলাবাসনা (ফৰিঙৰ ভংগীমা)
ভংগীমাৰ গঠন:

৪) কপাল ভাটি (প্ৰানায়াম কৌশল)
সংস্কৃতত ‘কপাল’ মানে ‘মূৰ খুলি’ আৰু ‘ভাটি’ৰ অৰ্থ হৈছে ‘জিলিকি থকা’ বা ‘আলোকিত কৰা’। মূৰৰ খুলি জিলিকি থকা শ্বাস-প্ৰশ্বাস পদ্ধতি এই কপালভাটি প্ৰাণায়ামৰ আন এটা নাম।

এইদৰে যোগাসন কৰি যকৃত ভালে ৰাখিব পাৰি।

Leave A Reply