Breaking

আজি বিশ্ব মানসিক স্বাস্থ্য দিৱস…

0 69

  • কাৰ্য্যসূচীৰ প্ৰয়োজনীয়তা : চিনাক্ত কৰা হৈছিল যে প্ৰায় ৬০ শতাংশ সাধাৰণ জনতাই স্নায়ু-মানসিক সমস্যা(ৰোগ)ত ভোগে যি বোৰক মেডিকেল যত্নৰ প্ৰয়োজন। এই বিশ্লেষণে নিৰ্দেশ কৰে যে ১৫ শতাংশ দুৰ্ঘটনা বৃদ্ধি পাব ২০২০ চনৰ ভিতৰত। এই ধৰণৰ জনসংখ্যা ৰাজ্যৰ চাৰিওফালে সিঁচৰিত হৈ আছে আৰু স্বাস্থ্য যতন সেৱাই নিশ্চয় ঢুকি পাব লাগিব এই জনসংখ্যাৰ তৃণমূল পৰ্য্যায়ক সামৰি।এন এম এইচ পি ৰ লক্ষ্য উদ্দেশ্য :

  • পৰ্য্যাপ্ত আৰু সহজলভ্য মানসিক স্বাস্থ্য যতন সেৱা সকলোৰে বাবে নিশ্চিত কৰা।
  • সাধাৰণ স্বাস্থ্য যতন, মানসিক স্বাস্থ্য জ্ঞান আৰু সমাজিক উন্নতি নিশ্চিত কৰা।
  • মানসিক স্বাস্থ্য যতনত ৰাজহুৱা অংশগ্ৰহণৰ বাবে উৎসাহ যোগোৱা।
  • স্থায়ী ভিত্তিত ৰাজহুৱা মানসিক সেৱাৰ যোগান আৰু আন স্বাস্থ্য সেৱাৰ লগত সংহত ৰূপত কাম কৰা।
  • আগতীয়া চিনাক্তকৰণ আৰু ৰোগীৰ চিকিৎসা।

  • চাব লাগে যে সেইবোৰ ৰোগীয়ে আৰু তেওঁলোকৰ সম্পৰ্কীয়ই দীৰ্ঘ দূৰত্ব ভ্ৰমণ কৰিব নালাগে। স্বাস্থ্য সেৱা সহজতে পোৱাৰ ব্যৱস্থা কৰিব লাগে মানসিক বিকাৰগ্ৰস্ত ৰোগীৰ কাৰণে।
  • বৃহৎ বা কেন্দ্ৰীয় মানসিক হাস্পিতেলত হেঁচাটো কম কৰিব লাগে।
  •  মানসিক ৰোগীৰ ক্ষেত্ৰত বৈষম্য আৰু কলংক বা অপবাদ হ্ৰাস কৰিব লাগে।
  • পুনৰসংস্থাপন সেৱাৰ ব্যৱস্থা কৰিব লাগে এনেকুৱা লোকৰ বাবে।
Leave A Reply