আজি সৰ্বোচ্চ ৰাজ্যিক অসামৰিক বঁটা অসম বৈভৱ, অসম সৌৰভ আৰু অসম গৌৰৱ প্ৰদান কৰা হ’ব

আজি শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰত অসম ৰাজ্যিক অসামৰিক বঁটা-২০২২ অসম বৈভৱ, অসম সৌৰভ আৰু অসম গৌৰৱ বঁটা প্ৰদান কৰা হ’ব। শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰত আজি বিয়লি ৪ বজাত প্ৰদান কৰিব এই বঁটাসমূহ।

সমাজ জীৱনৰ বাটকটীয়াসকললৈ সৰ্বোচ্চ ৰাজ্যিক অসামৰিক বঁটা প্ৰদান কৰা হ’ব। স্বাস্থ্য, কলা আৰু সংস্কৃতি, ক্ৰীড়া, বিজ্ঞান, কৃষি, পৰ্যটন, উদ্যোগ আদি ক্ষেত্ৰলৈ আগবঢ়োৱা হ’ব সন্মান।

Related Articles