Breaking

আজি পৱিত্ৰ মে-ডাম-মে-ফি…

0 24

আজি পৱিত্ৰ মে-ডাম-মে-ফি৷ পূৰ্বপুৰুষক স্মৰণ আৰু দেশ-জাতিৰ মংগলৰ বাবে আজিৰ দিনটোতে পূজা কৰা হয় নেদেখা জনক৷ ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ লগতে কামপুৰতো দুদিনীয়া কাৰ্যসূচীৰে উদযাপন কৰা হৈছে পৱিত্ৰ মে-ডাম-মে-ফী ৷ মে-ডাম-মে-ফিৰ অৰ্থ হ’ল- “মে” মানে প্ৰাৰ্থনা, উপাসনা বা পূজা কৰা “ডাম”- মানে মৃতক আৰু “ফী”- মানে হ’ল দেও বা দেৱতা ৷

টাই আহোম সকলৰ এই ধৰ্মীয় সামাজিক উৎসৱৰ যোগেদি উপৰিপুৰুষ সন্তুষ্ট হৈ স্বৰ্গৰপৰাই আৰ্শিবাদ প্ৰদান কৰে বুলি বিশ্বাস আছে।

Leave A Reply