January 16, 2024 আজি আঁহতগুৰিত আনুষ্ঠানিকভাৱে হ’ব পৰম্পৰাগত ম’হযুঁজ… Share FacebookTwitterWhatsAppTelegramKooEmail আজি আঁহতগুৰিত আনুষ্ঠানিকভাৱে হ’ব পৰম্পৰাগত ম’হযুঁজ।লক্ষ্মীনাথ বেজবৰুৱা ক্ষেত্ৰত অনুষ্ঠিত হ’ব ম’হযুঁজ। কেবিনেটৰ সিদ্ধান্তৰ পাছত দীৰ্ঘবিৰতিৰ অন্তত অনুষ্ঠিত হ’ব ম’হযুঁজ।মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই মুকলি কৰিব এই ম’হযুঁজ। Author: দৈনন্দিন বাৰ্তা Related Articles জুবিন হত্যাৰ গোচৰত আদালতত হাজিৰ হ’ব লাগিব সৃজনী ভাস্ব মহন্ত দৈনন্দিন বাৰ্তা - August 26, 2026 মানসজ্যোতি চুতীয়াৰ মৃত্যুৰ তদন্তঃ গুৱাহাটীৰ পৰা শিৱসাগৰলৈ ৰাওনা ফৰেণছিকৰ দল দৈনন্দিন বাৰ্তা - August 26, 2026 ঘৰৰ টকা, সোণ চুৰ কৰি মোক ধন দিয়া বুলি মই জনা নাছিলোঁঃ য়শৰ GIRLFRIENDৰ বিস্ফোৰণ দৈনন্দিন বাৰ্তা - August 26, 2026