Breaking

কাইলৈ ইছলাম ধৰ্মাৱলম্বী ৰাইজৰ পবিত্ৰ শ্ববে বৰাত

0 59

কাইলৈ মুছলমান লোকৰ পবিত্ৰ শ্ববে বৰাত। দয়া আৰু ক্ষমাৰ নিশা পবিত্ৰ শ্বব-এ-বৰাতৰ নিশা। নামাজ আদায় কোৰাণ পাঠেৰে মুখৰিত হ’ব মছজিদ প্ৰাংগন।

পোহৰেৰে আলোকিত হ’ব এটা নিশা। পূৰ্ব পুৰুষৰ বাবে নামাজ আদায় কৰিব হাজাৰ হাজাৰ মুছলমানে।

আল্লাহৰ ওচৰত ক্ষমা বিচাৰি দোৱা কৰে মুছলমান লোকসকলে। শ্ববে বৰাতৰ নিশা আল্লাৰ পাপ ক্ষমা কৰে বুলি বিশ্বাস কৰে মুছলমানধৰ্মী ৰাইজে।

বিশেষ দিনটো উদযাপনৰ বাবে সাজু ইছলাম ধৰ্মাৱলম্বী লোক।

Leave A Reply