December 18, 2023 গোলকগঞ্জৰ গংগাধৰ নৈত শোকাৱহ নাও দুৰ্ঘটনা… Share FacebookTwitterWhatsAppTelegramKooEmail গোলকগঞ্জৰ গংগাধৰ নৈত শোকাৱহ নাও দুৰ্ঘটনা। নৈত ডুবি মৃত্যু মালেক আলী মণ্ডল নামৰ এজনৰ। ৰাইজে জীৱন্তে উদ্ধাৰ কৰিলে দুই কন্যা সন্তানক। সন্তানক টুলুঙা নাৱেৰে বিদ্যালয়লৈ লৈ যোৱাৰ পথত এই দুৰ্ঘটনা। Author: দৈনন্দিন বাৰ্তা Related Articles যোৰহাট জিলাত কি হ’ব ৰাজনৈতিক সমীকৰণ : নৱ প্ৰজন্মক বিছাৰিছে ভোটাৰে দৈনন্দিন বাৰ্তা - January 28, 2026 কংগ্ৰেছ নেতাৰ ছত্ৰছায়াত লখিমপুৰত বাংলাদেশী নাগৰিকৰ আগ্ৰাসনৰ অভিযোগ দৈনন্দিন বাৰ্তা - January 24, 2026 মোৰ বিৰুদ্ধে কংগ্ৰেছে ষড়যন্ত্ৰ কৰিছে, সকলো আদালতত ক’মঃ শিখা শৰ্মা দৈনন্দিন বাৰ্তা - January 21, 2026