ৰাজ্য কঁপাই যোৱা ৰে’ল দুৰ্ঘটনা।(Train Accident )
কামৰূপ-যমুনামুখৰ মাজৰ চানজুৰাইত ভয়ংকৰ দুৰ্ঘটনাত পতিত ৰাজধানী এক্সপ্ৰেছ।(Rajdhani Express)
ৰাজধানী এক্সপ্ৰেছৰ ৫টাকৈ ডবা লাইনচ্যুত।
কথমপি ৰক্ষা পৰে হাজাৰ হাজাৰ যাত্ৰীৰ প্ৰাণ।
দিল্লী অভিমুখী ৰাজধানী এক্সপ্ৰেছৰ খুন্দাত মৃত্যু হয় ৭টাকৈ হাতীৰ।
বাতিল কৰা হয় কেইবাখনো ৰে’ল।
ৰাজধানী এক্সপ্ৰেছ, জনশতাব্দী, হাফলং ভিস্তাদ’ম, ৰঙিয়া-তিনিচুকীয়া, মৰিয়নি-গুৱাহাটী, লামডিং-গুৱাহাটী, গুৱাহাটী-বদৰপুৰ ৰে’ল বাতিল।
আবদ্ধ যাত্রীসকলক উদ্ধাৰৰ বাবে ৩টাকৈ হেল্পলাইন নম্বৰ মুকলি ৰে’ল বিভাগৰ।
হেল্পলাইন নম্বৰকেইটা 0361-2731621,0361-2731622, 0361-2731623।

