Breaking

মাইক্ৰ’ পৰ্যৱেক্ষকৰ প্ৰশিক্ষণ…

0 15

আগন্তক লোকসভা নিৰ্বাচনৰ বাবে আজি কামৰূপ মহানগৰ জিলাৰ নিৰ্বাচন বিষয়া তথা জিলা আয়ুক্তৰ কাৰ্যালয় সভাকক্ষত মাইক্ৰ পৰ্যবেক্ষকৰ প্ৰশিক্ষণ অনুষ্ঠিত হৈ যায় ।

এই প্ৰশিক্ষণত মুঠ ৭০ গৰাকী প্ৰশিক্ষাৰ্থীক জিলা পৰ্যায়ৰ মাষ্টাৰ প্ৰশিক্ষকে যাৱতীয় প্ৰশিক্ষণ প্ৰদান কৰে আৰু নিৰ্বাচনৰ কালছোৱাত তেওঁলোকৰ দায়িত্ব আৰু কৰ্তব্যৰ বিষয়ে অৱগত কৰায়।

Leave A Reply