June 14, 2024 নিউ মইনাগুৰী-যোগীঘোপাৰ ৰে’ল পথত বাগৰিল গছ… Share FacebookTwitterWhatsAppTelegramKooEmail চাপৰ’ৰ বহলপুৰত অঘটন। নিউ মইনাগুৰী-যোগীঘোপাৰ ৰে’ল পথত বাগৰিল গছ। দুৰ্ঘটনাৰ পৰা ৰক্ষা এখন নামনি অভিমুখী মালবাহী ট্ৰেইনৰ। প্ৰায় এঘন্টা ধৰি আৱদ্ধ হৈ পৰিল মালবাহী ট্ৰেইনখন। পিছত বহলপুৰ বন বিভাগৰ তৎপৰতাত মুকলি হয় ৰে’ল পথচোৱা। Author: দৈনন্দিন বাৰ্তা Related Articles গুৱাহাটীৰ জল নিষ্কাশন ব্যৱস্থাপনাৰ সামগ্ৰিক পৰিকল্পনা আৰু বাহিনী-ভৰলু অৱবাহিকাৰ বিশদ প্ৰকল্প প্ৰতিবেদনৰ সন্দৰ্ভত পৰ্যালোচনা মন্ত্ৰী কৌশিক ৰায়ৰ দৈনন্দিন বাৰ্তা - July 4, 2026 বিদ্যালয়ৰ সমীপত বিক্ৰী কৰিব নোৱাৰিব কোনো এনাৰ্জি ড্ৰিংকছ দৈনন্দিন বাৰ্তা - July 4, 2026 মঙলদৈৰ শাকতোলা মথাউৰিৰ বাবে ভাবুকি কঢ়িয়াই আনিছে স্থানীয় একাংশ লোকে দৈনন্দিন বাৰ্তা - July 3, 2026