Breaking

আজি এঘণ্টাৰ বাবে বন্ধ ৰাখক আপোনাৰ ঘৰৰ লাইট…

0 31

এঘণ্টাৰ বাবে বন্ধ ৰাখক আপোনাৰ ঘৰৰ বিদ্যুৎ।

পৃথিৱীৰ বাবে এঘণ্টা সময়ৰ বাবে বন্ধ ৰাখক আপোনাৰ ঘৰৰ বিদ্যুৎ।

সকলো গ্ৰাহক, ৰাইজলৈ APDCLৰ বিশেষ আহ্বান।

ধৰিত্ৰী ঘণ্টা উপলক্ষে এই বিশেষ পদক্ষেপ।

পৃথিৱীৰ বাবে ধৰিত্ৰী ঘণ্টা পালন কৰিবলৈ আহ্বান APDCLৰ।

কিমান সময়ৰ পৰা কিমান সময়লৈ বন্ধ ৰাখিব লাগিব অপ্ৰয়োজনীয় বিদ্যুৎ সেৱা।

আজি বিশ্বই পালন কৰিব ‘ধৰিত্ৰী ঘণ্টা’।

নিশা ৮:৩০-৯:৩০ বজালৈ ধৰিত্ৰী ঘণ্টা পালন কৰা হ’ব।

এই সময়ত বন্ধ ৰাখিব অপ্রয়োজনীয় লাইট সমূহ।

ধৰিত্ৰী ঘণ্টা পালনৰ লক্ষ্য জলবায়ু পৰিৱৰ্তন।

Leave A Reply