ৰঙিয়াত পুনৰ দুজন ড্ৰাগছ্ আসক্ত যুৱক আটক।
👉 ৰাইজে হাতে-লোটে কৰায়ত্ত কৰে যুৱক দুজনক । আঙ্কুচ দাস আৰু বিশ্বজিৎ দাস বুলি জানিব পৰা জানিব পৰা গৈছে ।
👉 ধৃত যুৱকদুজনৰ পৰা চিৰিঞ্জ আৰু ড্ৰাগছৰ কন্টেইনাৰ উদ্ধাৰ ।
👉 সমগ্ৰ অসমৰ লগতে ৰঙিয়াতো ড্ৰাগছ্ বিৰোধী অভিযান।
👉 অতি কম বয়সীয়া যুৱক ড্ৰাগছৰ কৰাল গ্ৰাসত ।
👉 আজি ধৃত দুয়োজন ড্ৰাগছ্ আসক্তই ১৮ বছৰৰ তলৰ।
👉 ৰাইজে হাতে-লোটে কৰায়ত্ত কৰা যুৱক দুজন ৰঙিয়াৰ নিকটৱৰ্তী তুলসীবাৰীৰ বুলি জানিব পৰা গৈছে। 👉 আৰক্ষী ভূমিকাৰ ওপৰত ৰাইজৰ সন্দেহ । 👉 একাংশ ফাৰ্মাচীৰ বিৰুদ্ধেও সৰৱ ৰাইজ । ৰঙিয়াৰ পৰা চৈয়দ মোস্তাফা আহমেদ

