আকাশমাৰ্গৰ পৰাই গুৱাহাটীলৈ উভতিল ডিব্ৰুগড় অভিমুখী দুখন বিমান…

আকাশমাৰ্গৰ পৰাই গুৱাহাটীলৈ উভতিল ডিব্ৰুগড় অভিমুখী দুখন বিমান।

বিমান বন্দৰত অৱতৰণ কৰিব নোৱাৰি উভতিল গুৱাহাটীলৈ। প্ৰতিকূল বতৰৰ বাবে অৱতৰণ কৰিব নোৱাৰিলে মোহনবাৰী বিমান বন্দৰত।

আকাশমাৰ্গৰ পৰাই উভতিল দিল্লী-ডিব্ৰুগড়, চেন্নাই-গুৱাহাটী-ডিব্ৰুগড় বিমান। মোহনবাৰীত কোনো ইনষ্ট্ৰুমেণ্ট লেণ্ডিং চিষ্টেম নথকাৰ বাবেই যাত্ৰীৰ দুৰ্ভোগ।

Related Articles