December 16, 2023 তামুলপুৰত বন্যহস্তীৰ আক্ৰমণত নিহত দুজন লোক… Share FacebookTwitterWhatsAppTelegramKooEmail তামুলপুৰত বন্যহস্তীৰ আক্ৰমণত নিহত দুজন লোক ৷ গৰু আনিবলৈ যাওঁতেই হাতীয়ে আক্ৰমণ কৰে লোক দুজনক ৷ হাতীৰ আক্ৰমণত নিহত অজয় মিন্স আৰু ৰাজেশ তিৰ্কী৷ নিহত লোক দুজনৰ ঘৰ দেওচুঙা ওৰাং বস্তিত৷ Author: দৈনন্দিন বাৰ্তা Related Articles অসমৰ বাস্তৱিক উন্নয়নক ‘AI’ বুলি কংগ্ৰেছৰ ভুৱা প্ৰচাৰ , অসমৰ প্ৰকৃত উন্নয়নক বিশ্বাসত ল’ব পৰা নাই কংগ্ৰেছে দৈনন্দিন বাৰ্তা - March 10, 2026 ৬ দিনতেই ১০ লাখৰো অধিক লোকৰ অংশগ্ৰহণেৰে বিজেপিৰ ‘জন আশীৰ্বাদ যাত্ৰা’; অসমজুৰি ধ্বনি— “আহিছে আহিছে হিমন্ত আহিছে” । CMO ASSAM দৈনন্দিন বাৰ্তা - March 7, 2026 গুৱাহাটীৰ সামগ্ৰিক উন্নয়নৰ লক্ষ্যৰে মন্ত্ৰী জয়ন্ত মল্লবৰুৱাৰ কেইবাটাও উন্নয়নমূলক প্ৰকল্পৰ আধাৰশিলা আৰু উদ্ধোধন দৈনন্দিন বাৰ্তা - February 25, 2026