Breaking

তেলেংগানাত পিলাটাছ প্ৰশিক্ষকৰ বিমান দুৰ্ঘটনাগ্ৰস্তৰ ফলত ২ জন পাইলটৰ মৃত্যু…

0 40

তেলেংগানাত বায়ু সেনাৰ এয়াৰ ক্ৰাফট বিমান দুৰ্ঘটনাগ্ৰস্ত৷


পুৱাৰ ভাগত দুৰ্ঘটনাত পতিত পিলাটাছ পি চি-২ বিমানখন৷


দুৰ্ঘটনাত দুগৰাকী পাইলট নিহত৷


হায়দৰাবাদৰ AFAৰ পৰা নিয়মীয়া প্ৰশিক্ষণৰ সময়তে এই ঘটনা৷

Leave A Reply