Breaking

গাঞ্জাসহ গ্ৰেপ্তাৰ দুই সৰবৰাহকাৰী

0 78

নিশা মৰিগাঁও জিলাৰ ভূৰাগাঁও আৰক্ষীৰ গাঞ্জা বিৰোধী অভিযান।

ভূৰাগাঁও আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত বিষয়া হেমন্ত বৰগোঁহাইৰ নেতৃত্বত চলা অভিযানত গাঞ্জা সহ গ্ৰেপ্তাৰ দুই সৰবৰাহকাৰী।

আৰক্ষীয়ে জব্দ কৰা গাঞ্জা খিনিৰ ওজন ১৫ কেজি ৷

ধৃত গাঞ্জা সৰবৰাহকাৰী দুটাৰ নাম ছেহেৰ আলী(২৪) আৰু জাহিৰুল ইছলাম ৷

অধিক তথ্যৰ বাবে ভূৰাগাঁও আৰক্ষীয়ে অব্যাহত ৰাখিছে জেৰা।



Leave A Reply