January 7, 2024 কাকপথাৰৰ ন-মাইঠঙত বাইকৰ খুন্দাত নিহত দুজনকৈ ছাত্ৰ… Share FacebookTwitterWhatsAppTelegramKooEmail কাকপথাৰৰ ন-মাইঠঙত ভয়ংকৰ দুৰ্ঘটনা। বাইকৰ খুন্দাত নিহত দুজনকৈ ছাত্ৰ। নিহত সোণজানৰ গিৰি মৰাণ, ন-মাইঠঙৰ পৰাগ বুঢ়াগোহাঁই। হীৰেন হাজৰিকা নামৰ আন এজন ছাত্ৰ আহত। এখন চাইকেলত খুন্দা মাৰিছিল তীব্ৰবেগী বাইকখনে। Author: দৈনন্দিন বাৰ্তা Related Articles জুবিনক্ষেত্ৰ পৰিদৰ্শন ১১ জনীয়া কমিটীৰ । zubeen garg দৈনন্দিন বাৰ্তা - March 17, 2026 ১৬আৰু ১৭ তাৰিখে প্ৰাৰ্থী ঘোষণা কৰিব দলে ৰাইজে চিন্তা কৰিব নালাগে ৰংখাংঙত আছোঁ = ড° তুলিৰাম ৰংহাং দৈনন্দিন বাৰ্তা - March 13, 2026 গৌৰৱ গগৈয়ে ৰঙৰ উৎসৱ হোলী পালন নকৰা বিষয়টোক লৈ ব্যাপক প্ৰতিক্ৰিয়া সৃষ্টি হৈছে ! ৰঙৰ উৎসৱত কিয় দেখা নগ’ল গৌৰৱ গগৈক?gaurav gogoi দৈনন্দিন বাৰ্তা - March 10, 2026