Breaking

নলবাৰীত মাদ্ৰাছাৰ পৰা নিৰুদ্দেশ দুজন ছাত্ৰ ! মঙলবাৰৰ পৰাই সন্ধান নাই ছাত্ৰ দুজনৰ…

0 28

নলবাৰীত মাদ্ৰাছাৰ পৰা নিৰুদ্দেশ দুজন ছাত্ৰ। নিৰুদ্দিষ্ট ছাত্ৰ দুজন ছাহিল আলী, চিণ্টু আহমেদ। বনমাজাস্থিত জামিয়া ইছলামীয়া মাদ্ৰাছাৰ ছাত্ৰ দুয়োজন।

মঙলবাৰৰ পৰাই সন্ধান নাই ছাত্ৰ দুজনৰ। নিৰুদ্দিষ্ট ছাহিল আলীৰ ঘৰ নলবাৰীৰ বৰ্ণিবাৰীত। চিণ্টু আলীৰ ঘৰ নলবাৰীৰ সাউদপুৰত।

ঘটনা সন্দৰ্ভত আৰক্ষীৰ কাষ চাপিছে ছাত্ৰ দুজনৰ পৰিয়ালবৰ্গ। শিশু দুটিৰ সন্ধান পালে 8134809468, 939568697 নম্বৰত যোগাযোগৰ আহ্বান।

Leave A Reply