November 20, 2023 যোৰাবাটত পুনৰ চোৰাং গৰুভৰ্তি দুখন ট্ৰাক জব্দ Share FacebookTwitterWhatsAppTelegramKooEmail যোৰাবাটত পুনৰ চোৰাং গৰুভৰ্তি দুখন ট্ৰাক জব্দ। ট্ৰাক দুখনৰ পৰা উদ্ধাৰ ৫৫টাকৈ গো-ধন। চোৰাং গৰুসহ আৰক্ষীৰ জালত ৩ সৰবৰাহকাৰী। ধৃত হাৰমান লইংড, কিমি ডাকহাৰ, চোনিক তাৰিয়ং। নগাঁৱৰ পৰা বৰ্ণিহাট অভিমুখী আছিল ট্ৰাক দুখন। Author: দৈনন্দিন বাৰ্তা Related Articles যোৰাবাটত প্ৰতিবাদ স্থগিত যদিও বৰ্ণিহাটত মেঘালয়ৰ প্ৰতিবাদ দৈনন্দিন বাৰ্তা - August 23, 2026 সৰ্বভাৰতীয় শাস্ত্ৰীয় সংগীতৰ পৰীক্ষাত উজলিল আমিনগাঁৱৰ সাগৰিকা গাৰ্গী দৈনন্দিন বাৰ্তা - August 21, 2026 উজনিৰ বানবিধ্বস্ত আৰ্তজনৰ কাষত দ্য গ্ৰেট খালি দৈনন্দিন বাৰ্তা - August 20, 2026