July 6, 2024 অৰুণাচলত আটক দুই আলফা(স্বা) লিংকমেন… Share FacebookTwitterWhatsAppTelegramKooEmail অৰুণাচলত আটক দুই আলফা (স্বা) লিংকমেন ৷ অৰুণাচল আৰক্ষীয়ে আটক কৰিছে দুয়োকে ৷ অৰুণাচলৰ চৌখামৰ সমীপৰ মিদুত আটক দুই আলফা(স্বা) ৰ লিংকমেন ৷ আটকাধীন দুই লিংকমেন ক্ৰমে চঞ্চল মৰাণ আৰু নিৰ্মল মৰাণ বুলি জানিব পৰা গৈছে। Author: দৈনন্দিন বাৰ্তা Related Articles অসমৰ বাস্তৱিক উন্নয়নক ‘AI’ বুলি কংগ্ৰেছৰ ভুৱা প্ৰচাৰ , অসমৰ প্ৰকৃত উন্নয়নক বিশ্বাসত ল’ব পৰা নাই কংগ্ৰেছে দৈনন্দিন বাৰ্তা - March 10, 2026 Assam Rajya Sabha: বিনা প্ৰতিদ্বন্দ্বিতাৰে ৰাজ্যসভালৈ যোগেন মহন, তেৰছ গোৱালা আৰু প্ৰমোদ বড়ো দৈনন্দিন বাৰ্তা - March 10, 2026 Maharaja Prithu Flyover: আজি মুকলি হ’ব মহাৰাজ পৃথু উৰণসেতুঃ ৰাজ্যৰ ভিতৰতে দীৰ্ঘতম উৰণসেতু দৈনন্দিন বাৰ্তা - March 10, 2026