Breaking

বিহুৰ নামত স্থাপন হ’ল দুটা বিশ্ব অভিলেখ…

0 175

বিহুৰ অপূৰ্ব পৰিৱেশনেৰে উদুলি মুদুলি হৈ পৰিল সৰুসজাই।কি ঢুলীয়া, কি নাচনী সকলো আনন্দত মতলীয়া হৈ পৰিল৷

একেদিনাই দুটাকৈ বিশ্বৰেকৰ্ড গঢ়িলে অসমৰ বিহুৱে !

গীনিজ কৰ্তৃপক্ষৰ উপস্থিতিত বিহুৰ অনন্য প্ৰদৰ্শন।

একেলগে ১১হাজাৰৰো অধিক বিহুৱা-বিহুৱতীয়ে প্ৰদৰ্শন কৰিলে বিহু।

একে স্থানত ১১ হাজাৰৰো অধিক নাচনী আৰু ঢুলীয়াৰ প্ৰদৰ্শনৰ অভিলেখৰ লগতে একে স্থানত ৩০০০ ঢুলীয়াৰ ঢোলবাদনৰ অভিলেখ স্থাপন হ’ল সৰুসজাইত।

Leave A Reply