Breaking

ডিব্ৰুগড়ত অচেতন অৱস্থাত দুজন যুৱক উদ্ধাৰ।

0 115

ডিব্ৰুগড়ৰ আমোলাপট্টিস্থিত গাৰ্ডপাৰাত অচেতন অৱস্থাত উদ্ধাৰ দুজন অচিনাক্ত যুৱক, ড্ৰাগ্‌ছ সেৱন কৰা বুলি স্থানীয় লোকৰ সন্দেহ। লগতে এই দুজন যুৱক সেই স্থানত নহয় বুলিও স্থানীয় ব্যক্তিয়ে জানিব দিয়ে। এতিয়া কথা সমগ্ৰ ৰাজ্যতে অব্যাহত থকা ড্ৰাগ্‌ছৰ বিৰুধী অভিযান মাজতে এনে ধৰনৰ ঘটনাৰ দৃশ্যয়ে সচেতন মহলক চিন্তিত কৰি তুলিছে।

সন্দেহ কৰিব পাৰি যে তেওঁলোকৰ হাতত কিবা ড্ৰাগছ লোৱা বেজিৰৰ চিন আছিল। অৱেশেষত প্ৰায় এঘণ্টা ধৰি অচেতন অৱস্থাত পৰি থকা এই দুজন যুৱকক ঘটনাস্থলিৰ পৰা আৰক্ষীয়ৈ তেওঁলোকক আৰক্ষীৰ বাহনৰ জড়িয়তে চিকিৎসালয়লৈ প্ৰেৰন কৰে।।

ডিব্ৰুগড়ৰ পৰা আইনুল আহমেদ।

Leave A Reply