Uncategorized

Kho Kho World Cup 2025: নেপালক পৰাস্ত কৰি প্ৰথম খো খো বিশ্বকাপ চেম্পিয়ন ভাৰতৰ মহিলা দল

ভাৰতীয় মহিলা খো খো দলে ইতিহাসৰ পৃষ্ঠাত সোণালী আখৰৰে নিজৰ নাম লিপিবদ্ধ কৰি বিশ্ব চেম্পিয়ন হোৱাৰ গৌৰৱ অৰ্জন কৰিছে৷(Kho Kho World Cup 2025)

Assam Cabinet: মৰিগাঁৱৰ কেবিনেট বৈঠকত বহু গুৰুত্বপূৰ্ণ সিদ্ধান্ত মুখ্যমন্ত্রীৰ

আজি অনুষ্ঠিত হয় কেবিনেট বৈঠক। বৈঠকত উপস্থিত মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাৰ লগতে বহুকেইজন মন্ত্ৰী।(Assam Cabinet)

Cabinet: আজি মৰিগাঁৱত প্ৰথমবাৰৰ বাবে অনুষ্ঠিত হ’ব ৰাজ্যিক কেবিনেট

মৰিগাঁৱত পোন প্ৰথমবাৰৰ বাবে অনুষ্ঠিত কেবিনেট বৈঠকত বৈঠক উপস্থিত মুখ্যমন্ত্ৰী ড০ হিমন্তবিশ্ব শৰ্মাৰ লগতে বহুকেইজনো মন্ত্ৰী।(Cabinet)

Semolina Benefits: চুজি খালে শৰীৰে কি কি উপকাৰ লাভ কৰিব?

দিনটোৰ আৰম্ভণিতে চুজিৰে বনোৱা খাদ্য খালে শৰীৰে গোটেই দিনটো কাম কৰিবলৈ শক্তি লাভ কৰিব।(Semolina Benefits)

Maha Kumbh Mela 2025 আৰম্ভ হ’ল মহাকুম্ভ মেলা, প্ৰথম দিনা প্ৰয়াগৰাজত হাজাৰ হাজাৰ লোকৰ ভিৰ

আৰম্ভ হৈছে বিশ্বৰ সৰ্ববৃহৎ ধৰ্মীয় অনুষ্ঠান মহাকুম্ভ মেলা।(Maha Kumbh Mela 2025) এই অনুষ্ঠানটো প্ৰায় ডেৰ মাহ ধৰি চলিব। এই অনুষ্ঠানত সমগ্ৰ দেশৰ লগতে বিশ্বৰ প্ৰায় ৩৫ কোটি ভক্তই অংশগ্ৰহণ কৰিব বুলি অনুমান কৰা হৈছে।

Popular