Uncategorized

Viral Girl Monalisa: মহাকুম্ভই সলনি কৰিলে মনালিছাৰ ভাগ্য, ছবি পৰিচালকৰ সৈতে স্বাক্ষৰ মনালিছাৰ!

মহাকুম্ভত মালা বিক্ৰী কৰি ভাইৰেল হোৱা ছোৱালী মনালিছাৰ সলনি হ'ল ভাগ্য। শেহতীয়াকৈ মনালিছাক এজন চলচ্চিত্ৰ পৰিচালকে অফাৰ দিছে। এই ছবিখনৰ শ্বুটিং ফেব্ৰুৱাৰী মাহৰ পৰা আৰম্ভ হ’ব। এইখন হ’ব এখন সৰু বাজেটৰ চিনেমা।(Viral Girl Monalisa)

Child UTI: আপোনাৰ শিশুটিয়ে বিচনাতে প্ৰস্ৰাৱ কৰে নেকি? ইয়াৰ আঁৰৰ কাৰণ জানি লওক…

প্ৰস্ৰাৱৰ সংক্ৰমণৰ সমস্যা কেৱল প্ৰাপ্তবয়স্কৰেই নহয়, সৰু ল’ৰা-ছোৱালীৰ ক্ষেত্ৰতো দেখা দিয়ে। এই লেখাৰ সহায়ত আপুনি শিশুৰ UTI ৰোগৰ লক্ষণসমূহ বুজিব পাৰিব।(Child UTI)

বিশিষ্ট লোক সংস্কৃতিৰ সাধক নাগাৰা নামৰ শিল্পী বিজয় মেধীলৈ ২০২৫ বৰ্ষৰ মোহন ভাইৰা স্মাৰক বটাঁ । Mohan Bhaira Memorial Award for the year 2025

বিশিষ্ট লোক সংস্কৃতিৰ সাধক নাগাৰা নামৰ শিল্পী বিজয় মেধীলৈ ২০২৫ বৰ্ষৰ মোহন ভাইৰা স্মাৰক বটাঁ । Mohan Bhaira Memorial Award for the year 2025

মহাকুম্ভত ভয়ংকৰ চাপৰ ঘটনা, ৩০ জন নিহত আৰু ৬০ জন আহত। Mahakumbh

মহাকুম্ভত ভয়ংকৰ চাপৰ ঘটনা, ৩০ জন নিহত আৰু ৬০ জন আহত। Mahakumbh

অসম গাওঁৰক্ষী বাহিনীৰ ৭৬ সংখ্যক কেন্দ্ৰীয় প্ৰতিষ্ঠা দিৱসৰ সমাপ্তি। Dumduma

অসম গাওঁৰক্ষী বাহিনীৰ ৭৬ সংখ্যক কেন্দ্ৰীয় প্ৰতিষ্ঠা দিৱসৰ সমাপ্তি। Dumduma

Popular