Uncategorized

Donald Trump Oath Ceremony: আজি দ্বিতীয়বাৰৰ বাবে আমেৰিকাৰ ৰাষ্ট্ৰপতি হিচাপে শপত ল’ব ড’নাল্ড ট্ৰাম্পে

৪ বছৰৰ পাছত পুনৰ ক্ষমতালৈ আহিছে ড’নাল্ড ট্ৰাম্প।( Donald Trump Oath Ceremony) আজি ৱাশ্বিংটন ডি চিৰ আমেৰিকাৰ সংসদ ভৱনৰ ভিতৰতে শপত গ্ৰহণ কৰিব ট্ৰাম্পে।

Kho Kho World Cup 2025: নেপালক পৰাস্ত কৰি প্ৰথম খো খো বিশ্বকাপ চেম্পিয়ন ভাৰতৰ মহিলা দল

ভাৰতীয় মহিলা খো খো দলে ইতিহাসৰ পৃষ্ঠাত সোণালী আখৰৰে নিজৰ নাম লিপিবদ্ধ কৰি বিশ্ব চেম্পিয়ন হোৱাৰ গৌৰৱ অৰ্জন কৰিছে৷(Kho Kho World Cup 2025)

Assam Cabinet: মৰিগাঁৱৰ কেবিনেট বৈঠকত বহু গুৰুত্বপূৰ্ণ সিদ্ধান্ত মুখ্যমন্ত্রীৰ

আজি অনুষ্ঠিত হয় কেবিনেট বৈঠক। বৈঠকত উপস্থিত মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাৰ লগতে বহুকেইজন মন্ত্ৰী।(Assam Cabinet)

Cabinet: আজি মৰিগাঁৱত প্ৰথমবাৰৰ বাবে অনুষ্ঠিত হ’ব ৰাজ্যিক কেবিনেট

মৰিগাঁৱত পোন প্ৰথমবাৰৰ বাবে অনুষ্ঠিত কেবিনেট বৈঠকত বৈঠক উপস্থিত মুখ্যমন্ত্ৰী ড০ হিমন্তবিশ্ব শৰ্মাৰ লগতে বহুকেইজনো মন্ত্ৰী।(Cabinet)

Semolina Benefits: চুজি খালে শৰীৰে কি কি উপকাৰ লাভ কৰিব?

দিনটোৰ আৰম্ভণিতে চুজিৰে বনোৱা খাদ্য খালে শৰীৰে গোটেই দিনটো কাম কৰিবলৈ শক্তি লাভ কৰিব।(Semolina Benefits)

Popular