Uncategorized

Maha Kumbh Mela 2025 আৰম্ভ হ’ল মহাকুম্ভ মেলা, প্ৰথম দিনা প্ৰয়াগৰাজত হাজাৰ হাজাৰ লোকৰ ভিৰ

আৰম্ভ হৈছে বিশ্বৰ সৰ্ববৃহৎ ধৰ্মীয় অনুষ্ঠান মহাকুম্ভ মেলা।(Maha Kumbh Mela 2025) এই অনুষ্ঠানটো প্ৰায় ডেৰ মাহ ধৰি চলিব। এই অনুষ্ঠানত সমগ্ৰ দেশৰ লগতে বিশ্বৰ প্ৰায় ৩৫ কোটি ভক্তই অংশগ্ৰহণ কৰিব বুলি অনুমান কৰা হৈছে।

Sarbananda Sonowal: মহিলা বনকৰ্মীসকলৰ সুবিধাৰ্থে অগৰাতলীত নৱনিৰ্মিত “কিং কোব্ৰা চোৰাং চিকাৰ বিৰোধী কেম্প” মুকলি কৰে কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱালে

কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱালে কাজিৰঙাৰ মহিলা বনকৰ্মী "বনদুৰ্গা"ক নাৰীশক্তিৰ সশক্তিকৰণৰ এক অনন্য নিদৰ্শন বুলি অভিহিত কৰে। অগৰাতলী পৰ্যটন আৰু বন্যপ্ৰাণী ছাফাৰী এছ'চিয়েচনৰ শিবিৰৰ আধাৰশিলা স্থাপন কৰে সোণোৱালে।(Sarbananda Sonowal)

Prabhas: বিয়া পাতিবলৈ সাজু প্ৰভাস, কইনা কোন হ’ব?

দক্ষিণ চিনেমাৰ ‘বাহুবলী’ অৰ্থাৎ প্ৰভাসৰ আগন্তুক প্ৰজেক্টৰ লগতে তেওঁৰ বিবাহৰ বাবেও এইকেইদিন পুনৰ শিৰোনামত আছে। (Prabhas)

Assam Cabinet । অসম চৰকাৰৰ কেবিনেট বৈঠকত কেইবাটাও গুৰুত্বপূৰ্ণ সিদ্ধান্ত..পঞ্চায়ত নিৰ্বাচন কেতিয়া হ’ব !

Assam Cabinet । অসম চৰকাৰৰ কেবিনেট বৈঠকত কেইবাটাও গুৰুত্বপূৰ্ণ সিদ্ধান্ত..পঞ্চায়ত নিৰ্বাচন কেতিয়া হ'ব !

Happiness: নিজকে কেনেকৈ সুখী কৰি ৰাখিব, আধ্যাত্মিক সুখ নে বৈষয়িক সুখ বিচাৰে আপুনি?

কোনো কোনোৱে আধ্যাত্মিক সুখ বিচাৰে আন কোনোৱে বৈষয়িক সুখ বিচাৰে। যদি আপুনি আধ্যাত্মিকভাৱে প্ৰৱল তেন্তে ২০২৫ চনৰ জানুৱাৰী-ফেব্ৰুৱাৰী মাহত প্ৰয়াগৰাজত মহা কুম্ভৰ আয়োজন কৰা হৈছে।(Happiness)

Popular