Uncategorized

Red Meat: সাৱধান! ৰঙা মাংস বেছিকৈ খায় নেকি? ৰেডমিটৰ আছে বহু অপকাৰ

সময়ৰ লগে লগে আমাৰ খাদ্যাভ্যাস সলনি হয় যাৰ ফলত হাড়ৰ দুৰ্বলতা, ডায়েবেটিছ, মেদবহুলতা হয়।(Red Meat) ইয়াৰ আঁৰৰ এটা মূল কাৰণ হ’ল ৰঙা মাংস অত্যধিক গ্ৰহণ কৰা।

Deepika Padukone: দুমহীয়া কন্যা সন্তানৰ সৈতে প্ৰথমবাৰৰ বাবে দেখা গ’ল মাতৃ দীপিকা পাডুকনক

দীপিকা পাডুকন আৰু ৰণবীৰ সিঙে প্ৰথমবাৰৰ বাবে দীপাৱলী উপলক্ষে কন্যাৰ ফটো শ্বেয়াৰ কৰে। লগতে নামটোও প্ৰকাশ কৰিলে। তেওঁ ক’লে যে তেওঁ নিজৰ কন্যাৰ নাম ৰাখিছে দোৱা। যাৰ অৰ্থ হৈছে প্ৰাৰ্থনা।(Deepika Padukone)

Chhath Puja । সূৰ্যাস্ত আৰু সূৰ্যোদয়ৰ আনন্দৰ মাজতেই চলিছে ষট পূজা

Chhath Puja । সূৰ্যাস্ত আৰু সূৰ্যোদয়ৰ আনন্দৰ মাজতেই চলিছে ষট পূজা

Hypocrite । তন্ত্ৰমন্ত্ৰৰ বাবে কবৰৰ পৰা মৃতদেহ তুলিবলৈ আহি ৰাইজৰ হাতত এক ভণ্ড তান্ত্ৰিক আটক

নিশা কাছাৰ জিলাৰ উত্তৰ কৃষ্ণপুৰত সংঘটিত হৈছে এক ভয়ংকৰ ঘটনা ৷ কবৰস্থানৰ কবৰৰ পৰা মৃতদেহ তুলিবলৈ আহি ৰাইজৰ হাতত আটক হল এক ভণ্ড তান্ত্ৰিক ৷ (Hypocrite) ধৃত তান্ত্ৰিক গৰাকী কাছাৰৰ শিলডুবিৰ অজিব উদ্দিন ।

Book Fair Dhemaji । ৯ দিনীয়া তৃতীয় ধেমাজি গ্ৰন্থ উৎসৱ ২০২৪ৰ শুভাৰম্ভ

( Dhemaji )গ্ৰন্থক বাদ দি জীৱন গঢ়াৰ উপায় নাই, সংগ্ৰাম কৰি জীয়াই থকা ভাষাটোৱেই হল অসমীয়া ভাষা, এই মন্তব্য সদৌ অসম ছাত্র সন্থাৰ সভাপতি উৎপল শর্মাৰ ৷ (Book Fair Dhemaji ) উদুলিমুদুলি ধেমাজি গ্ৰন্থ উৎসৱৰ বাকৰি ৷ আজিৰে পৰা ন দিনীয়াকৈ ধেমাজিৰ ঐতিহাসিক কাছাৰী ময়দানৰ বাকৰিত অনুষ্ঠিত হৈছে তৃতীয় ধেমাজি গ্ৰন্থ উৎসৱ ৷

Popular