Uncategorized

Anil kapoor rejected pan masala ad: ১০ কোটি টকীয়া ‘পান মছলা’ৰ বিজ্ঞাপন নাকচ অভিনেতা অনিল কাপুৰৰ

অনিল কাপুৰৰ পূৰ্বেও বহু তাৰকাই ‘পান মছলা’ৰ বিজ্ঞাপনৰ বাবে কোটি কোটি মূল্যৰ অফাৰ নাকচ কৰিছিল। বলীউডৰ পৰা দক্ষিণলৈকে সকলো তাৰকাকে পান মছলাৰ বিজ্ঞাপনৰ বাবে কোটি কোটি মূল্যৰ অফাৰ দিয়া হৈছিল।

Pappu Yadav Attacks Himanta Biswa Sarma: দেওঘৰত হিমন্ত বিশ্ব শৰ্মাক এইয়া কি কলে পাপ্পু যাদৱে ?

দেওঘৰত উপস্থিত হৈ পাপ্পু যাদৱে হিমন্ত বিশ্ব শৰ্মাক কৰিলে আক্ৰমণ(Pappu Yadav Attacks Himanta Biswa Sarma) । হিমন্ত বিশ্ব শৰ্মাক গুণ্ডা বুলি অভিহিত কৰাৰ বিপৰীতে জেএমএম দলক কৰিলে বহু প্ৰশংসা ।

17th Inter District Wrestling Championship 2024: গুৱাহাটীত সামৰণি পৰিল ১৭ সংখ্যক সদৌ অসম আন্তঃজিলা মল্লযুঁজ চেম্পিয়নশ্বিপৰ

ৰাজ্যপালগৰাকীয়ে কয়– পূৰ্বে পঢ়িলে শুনিলে হৈছিল মহাৰাজ, এতিয়া খেলিলেও হয় মহাৰজা৷(17th Inter District Wrestling Championship 2024)

kati bihu: কাতি বিহুৰ পৰম্পৰা পালন কৰে কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱালে

দিহিংচাং বহুমুখী সমবায় সমিতিৰ উদ্যোগত আৰু বৃহত্তৰ টিংখাঙৰ কৃষিজীৱী ৰাইজৰ সহযোগত টিংখাঙৰ নখাট লেঙেৰী পথাৰত আয়োজিত কাতি বিহু পালন অনুষ্ঠানত মুখ্য অতিথি হিচাপে কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱালে অংশগ্ৰহণ কৰে। ( kati bihu)

BYE ELECTIONS । আগন্তুক উপ-নিৰ্বাচনৰ বাবে প্ৰস্তুতি অসম বিজেপিৰ: ৩ সমষ্টিৰ প্ৰাৰ্থীৰ নাম তালিকা চূড়ান্ত

(BYE ELECTIONS)ৰাজ্যৰ ৰাজনৈতিক বতাহ পুনৰ গৰম হৈ পৰিব। আকৌ আহিব নিৰ্বাচন। অৱশ্যে এইবাৰ হব উপ-নিৰ্বাচন। শেহতীয়াকৈ তিনিটা বিধানসভা সমষ্টিৰ সম্ভাৱ্য প্ৰাৰ্থী চিনাক্ত কৰি আগন্তুক উপ-নিৰ্বাচনৰ বাবে সাজু হৈছে শাসকীয় ভাৰতীয় জনতা পাৰ্টিৰ অসম শাখা। সোমবাৰে ৰাজ্যিক বিজেপিৰ সভাপতি ভবেশ কলিতাই এই কথা নিশ্চিত কৰে।ৰাজ্যিক বিজেপিৰ নিৰ্বাচনী সমিতিৰ বৈঠকত উপ-নিৰ্বাচনৰ বাবে তিনিখন আসনৰ সাম্ভাৱ্য প্ৰাৰ্থী তালিকা প্ৰস্তুত কৰা হৈছে। বহু কেইগৰাকী দাবীদাৰ প্ৰাৰ্থীৰ মাজৰে পৰা নিৰ্বাচিত প্ৰাৰ্থীকলৈ এখন তালিকা প্ৰস্তুত কৰা হৈছে। ৰাজ্যিক বিজেপিৰ নিৰ্বাচনী সমিতিৰ বৈঠকত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা,কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱাল,দলৰ প্ৰভাৰী হৰিশ দ্বিবেদী,ৰাজ্যিক বিজেপিৰ গুৰুত্বপূৰ্ণ নেতাসকল উপস্থিত থাকে । (BYE ELECTIONS)

Popular