Uncategorized

Kamrup (M) Road Safety Committee: কামৰূপ মহানগৰ জিলা পথ-সুৰক্ষা সমিতিৰ গুৰুত্বপূৰ্ণ বৈঠক

পূজাৰ সময়চোৱাত কোনোৱে যাতে য’তে ত’তে অস্থায়ী দোকান, বজাৰ বহুৱাই বিশৃংখলতাৰ সৃষ্টি কৰিব নোৱাৰে তাৰ বাবে তেওঁ জিলাখনৰ পথ-সুৰক্ষাৰ লগত জড়িত সকলো বিভাগকে নিজৰ দায়িত্ব সুচাৰুৰূপে পালন কৰিবলৈ আহ্বান জনায় ৷

AAP: ইংৰাজী মাধ্যমৰ বিদ্যালয়ত অসমীয়া ভাষা বাধ্যতামূলক কৰাৰ দাবী আপৰ

ইংৰাজী মাধ্যমৰ বিদ্যালয়ত অসমীয়া ভাষা বাধ্যতামূলক কৰাৰ দাবী আপৰ। অসমীয়া লিপিৰ স্বীকৃতি বিচাৰিলে আপৰ জ্যেষ্ঠ নেত্ৰী অনুৰূপা ডেকাৰজাই। মাজুলী-যোৰহাট সংযোগী দলং নিৰ্মাণত চৰকাৰৰ ভূমিকা ৰহস্যজনক -আপ।(APP)

Barpeta: বৰপেটা সত্ৰৰ বুঢ়া সত্ৰীয়াৰ অভিষেক

(Barpeta Satra)সত্ৰীয়া ৰীতি নীতি পৰম্পৰা অনুসৰি তিনিও ৰাজ্যৰ বন্দণীয় স্থান বৰপেটা সত্ৰৰ নৱ নিৰ্বাচিত বুঢ়া সত্ৰীয়াৰ অভিষেক উৎসৱ বৃহস্পিবাৰে বৰপেটা সত্ৰত সম্পন্ন কৰা হয় । অভিষেক অনুষ্ঠান উপলক্ষে নৱ নিৰ্বাচিত বুঢ়া সত্ৰীয়া ড০ বাবুল চন্দ্ৰ দাসক নিজ বাসগৃহৰ পৰা গায়ন-বায়ন সহিতে বৰপেটাৰ বাইশখন হাটীৰ ভকত - আইসকল আৰু যুৱক - যুৱতীয়ে নাম-কীৰ্ত্তনেৰে চহৰৰ মুখ্য পথেৰে পৰিভ্ৰমণ কৰি সত্ৰলৈ আদৰি আনে ।

Mehboob Ali Warns Yogi Government: ‘মুছলমানৰ জনসংখ্যা বৃদ্ধি পাইছে, আপোনাৰ শাসন শেষ হ’ব…’: যোগী আদিত্যনাথক সকীয়নি এছ পি নেতা মেহবুব আলীৰ

(Mehboob Ali Warns Yogi Government) এছ পি নেতা মেহবুব আলীয়ে এক বিতৰ্কিত মন্তব্যৰে প্ৰতিক্ৰিয়াৰ সৃষ্টি কৰিছে। আমৰোহৰ বিধায়ক মেহবুব আলীয়ে বিজনুৰত এখন ৰাজহুৱা সভাত ভাষণ দি কয়- 'মুছলমানৰ জনসংখ্যা বৃদ্ধি পাইছে, আপোনাৰ শাসন শেষ হ'ব…'।

Karnataka CM Siddaramaiah: কৰ্ণাটকৰ মুখ্যমন্ত্ৰী সিদ্দাৰমাইয়াৰ বিৰুদ্ধে ধন সৰবৰাহৰ গোচৰ ৰুজু ইডিৰ

২৭ ছেপ্টেম্বৰত পঞ্জীয়ন হোৱা এই এফ আই আৰত সিদ্দাোমাইয়াৰ লগতে তেওঁৰ পত্নী পাৰ্বতী, ভায়েক মল্লিকাৰ্জুন স্বামী আদিৰ নাম উল্লেখ কৰা হৈছে।(Karnataka CM Siddaramaiah)

Popular