Uncategorized

HEALTH: মূলা পাতত প্ৰচুৰ পৰিমাণে ভিটামিন, খনিজ পদাৰ্থ, এন্টিঅক্সিডেন্ট থাকে

মূলা পাতত প্ৰচুৰ পৰিমাণে ভিটামিন, খনিজ পদাৰ্থ, এন্টিঅক্সিডেন্ট থাকে HEALTH । শীতকালীন বজাৰখন শাক-পাচলিৰে ভৰি আছে। ৰেড হোৱাইট মুলো এই বতৰৰ অন্যতম শাক। অৱশ্যে মূলা...

UKRAIN: পুনৰ উত্তেজনা ! ৰাছিয়াই পুনৰ ইউক্ৰেইনত চলাইছে ক্ষেপণাস্ত্ৰ আক্ৰমণ

পুনৰ সৃষ্টি হৈছে যুদ্ধৰ ভয়াবহ পৰিস্থিতি। ইউক্ৰেইনৰ দিশে ৰাছিয়াই আন্তঃমহাদেশীয় বেলিষ্টিক মিছাইল নিক্ষেপ কৰিছে। ক্ষেপণাস্ত্ৰ নিক্ষেপ কৰাৰ পিছত ৰাছিয়াই পুনৰবাৰ কিয়েভ আৰু ইয়াৰ মিত্ৰ...

Air Pollution । বায়ু প্ৰদূষণৰ পৰা সুৰক্ষিত কেনেকৈ হ’ব !

Air Pollution । প্ৰদূষণৰ ক্ষতিকাৰক প্ৰভাৱৰ পৰা হাত সাৰিবলৈ কিছুমান ফলপ্ৰসূ অভ্যাস গঢ়ি তোলাটো গুৰুত্বপূৰ্ণ। বায়ু প্ৰদূষণৰ পৰা সুৰক্ষিত কেনেকৈ হ'ব : মাস্ক...

International-আত্মঘাতী গাড়ী বোমা আক্ৰমণত পাকিস্তানত নিহত ১২ জন সেনা জোৱান । Pakistan

(Pakistan) পাকিস্তানৰ খাইবাৰ পখতুনখোৱা প্ৰদেশৰ বান্নু জিলাত কালি সন্ধিয়া সংঘটিত হৈছে এক ভয়ংকৰ ঘটনা।বুধবাৰে বিষয়টো নিশ্চিত কৰি সেনা বিষয়াসকলে কয় যে আক্ৰমণকাৰীয়ে গাড়ীত বিস্ফোৰক লৈ সেনা চকীৰ সন্মুখলৈ আহি বিস্ফোৰণ ঘটায়। (International suicide)

Khel Maharan । বৰপেটাৰ ভৱানীপুৰ-সৰভোগ বিধান সভা সমষ্টিৰ কলভাঙা গাঁও পঞ্চায়তত খেল মহাৰণ শুভাৰম্ভ

Khel Maharan । গোৱৰ্দ্বনা উন্নয়ন খণ্ড ভিত্তিত কলহভাঙা গাওঁ পঞ্চায়ত সাতবইনীৰটুপ জনকল্যাণ হাইস্কুল খেল পথাৰত আয়োজিত খেল মহাৰণ অনুষ্ঠান আজি আনুষ্ঠানিকভাৱে উদ্বোধন কৰে বৰপেটা আৰক্ষী অধীক্ষক সুশান্ত বিশ্ব শৰ্মাই । ভৱানীপুৰ-সৰভোগ সমষ্টি খেল মহাৰণ আয়োজক সমিতিৰ অধ্যক্ষ মনজিৎ দাস খেল মহাৰণ আয়োজন কৰা সমূহ সদস্য সকলে আৰক্ষী অধীক্ষক সুশান্ত বিশ্ব শৰ্মাক উস্ম আদৰণি জনায়।

Popular