Home
উত্তৰ-পূৰ্বাঞ্চল
অসম
ই-পেপাৰ
দৈনন্দিন বাৰ্তা
Assam Rising
ৰাষ্ট্ৰীয়-আন্তঃৰাষ্ট্ৰীয়
ক্রীড়া-জগত
স্বাস্থ্য বাৰ্তা
APPLY CARD
Apply For Member Card
ফটো
বিনোদন
Home
উত্তৰ-পূৰ্বাঞ্চল
অসম
ই-পেপাৰ
দৈনন্দিন বাৰ্তা
Assam Rising
ৰাষ্ট্ৰীয়-আন্তঃৰাষ্ট্ৰীয়
ক্রীড়া-জগত
স্বাস্থ্য বাৰ্তা
APPLY CARD
Apply For Member Card
ফটো
বিনোদন
Home
উত্তৰ-পূৰ্বাঞ্চল
অসম
ই-পেপাৰ
দৈনন্দিন বাৰ্তা
Assam Rising
ৰাষ্ট্ৰীয়-আন্তঃৰাষ্ট্ৰীয়
ক্রীড়া-জগত
স্বাস্থ্য বাৰ্তা
APPLY CARD
Apply For Member Card
ফটো
বিনোদন
Uncategorized
LPG গ্ৰাহকৰ বাবে ডাঙৰ খবৰঃ দেশত পুনৰ বৃদ্ধি পালে ৰন্ধন গেছৰ মূল্য
Chandra Grahan 2026: আজি ২০২৬ বৰ্ষৰ প্ৰথমটো পূৰ্ণ চন্দ্ৰগ্ৰহণঃ চন্দ্ৰ গ্ৰহণৰ পিছত সন্ধিয়া এইসমূহ কাম কৰক…
T20WC: T20 বিশ্বকাপৰ ছেমি ফাইনেলত টীম ইণ্ডিয়াঃ চমকপ্ৰদ বেটিং সঞ্জু ছেমচনৰ
BYE ELECTIONS । আগন্তুক উপ-নিৰ্বাচনৰ বাবে প্ৰস্তুতি অসম বিজেপিৰ: ৩ সমষ্টিৰ প্ৰাৰ্থীৰ নাম তালিকা চূড়ান্ত
Uncategorized
দৈনন্দিন বাৰ্তা
-
October 15, 2024
(BYE ELECTIONS)ৰাজ্যৰ ৰাজনৈতিক বতাহ পুনৰ গৰম হৈ পৰিব। আকৌ আহিব নিৰ্বাচন। অৱশ্যে এইবাৰ হব উপ-নিৰ্বাচন। শেহতীয়াকৈ তিনিটা বিধানসভা সমষ্টিৰ সম্ভাৱ্য প্ৰাৰ্থী চিনাক্ত কৰি আগন্তুক উপ-নিৰ্বাচনৰ বাবে সাজু হৈছে শাসকীয় ভাৰতীয় জনতা পাৰ্টিৰ অসম শাখা। সোমবাৰে ৰাজ্যিক বিজেপিৰ সভাপতি ভবেশ কলিতাই এই কথা নিশ্চিত কৰে।ৰাজ্যিক বিজেপিৰ নিৰ্বাচনী সমিতিৰ বৈঠকত উপ-নিৰ্বাচনৰ বাবে তিনিখন আসনৰ সাম্ভাৱ্য প্ৰাৰ্থী তালিকা প্ৰস্তুত কৰা হৈছে। বহু কেইগৰাকী দাবীদাৰ প্ৰাৰ্থীৰ মাজৰে পৰা নিৰ্বাচিত প্ৰাৰ্থীকলৈ এখন তালিকা প্ৰস্তুত কৰা হৈছে। ৰাজ্যিক বিজেপিৰ নিৰ্বাচনী সমিতিৰ বৈঠকত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা,কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱাল,দলৰ প্ৰভাৰী হৰিশ দ্বিবেদী,ৰাজ্যিক বিজেপিৰ গুৰুত্বপূৰ্ণ নেতাসকল উপস্থিত থাকে । (BYE ELECTIONS)
32nd Zonal Karbi Youth Festival । পশ্চিম কাৰ্বি আংলংঙৰ জিৰিকিন দিংস্থিত ৰোকাচেন জূটাং আক্লামত চাৰিদিনীয়া কাৰ্য্যসূচীৰে ৩২তম মাণ্ডলীক কাৰ্বি যূৱ মহোৎসৱ
Uncategorized
দৈনন্দিন বাৰ্তা
-
October 12, 2024
32nd Zonal Karbi Youth Festival ।পশ্চিম কাৰ্বি আংলংঙৰ জিৰিকিনদিংস্থিত ৰোকাচেন জূটাং আক্লামত চাৰিদিনীয়া কাৰ্য্যসূচীৰে ৩২তম মাণ্ডলীক কাৰ্বি যূৱ মহোৎসৱৰ মুকলি সভাত উপস্থিত সাংসদ অমৰ চিং টিচ্চ সঁহ পৰিষদৰ ইএম ৰিনা টেৰাংপী ৷ উখল মাখল পৰিবেশ জিৰিকিনদিংঙত মাণ্ডলীক কাৰ্বি যূৱ মহোৎসৱত অগনত লোক সমাগম উৎসৱস্থতিত কটকটীয়া নিৰাপত্তা ব্যৱস্থা জিলা প্ৰশাসনে ৷
Durga Puja , Belsor। লোকাৰণ্য প্ৰাচীন শৈৱপীঠ বেলশৰৰ বিল্বেশ্বৰ। কনক সেন ডেকা আৰু নৰেন বৰ্মনক”বেলশৰ ৰত্ন” প্ৰদান
স্থানীয় বাৰ্তা
দৈনন্দিন বাৰ্তা
-
October 11, 2024
Durga Puja , Belsor। পশ্চিম নলবাৰীৰ ঐতিহ্যমণ্ডিত বেলশৰ বিল্বেশ্বৰ দেৱালয়ৰ দুৰ্গোৎসৱ পৰিচালনা সমিতিৰ তৰফৰ পৰা দুই বেলশৰীয়া সন্তান কনক সেন ডেকা আৰু গুৱাহাটী চিকিৎসা মহাবিদ্যালয়ৰ প্ৰাক্তন অধ্যক্ষ ডা: নৰেন্দ্ৰ বৰ্মনক বেলশৰ ৰত্ন প্ৰদান কৰা হয়। বেলশৰৰ সমাজ জীৱনৰ লগত ওতঃপ্ৰোত ভাৱে জড়িত ডা: বৰ্মন যদিও সম্প্ৰীতি গুৱাহাটীৰ বাসিন্দা হলেও বেলশৰৰ বুকুত প্ৰতিটো সময়তে নিৱিৰ ভাৱে নিজক অৰ্পন কৰিছে ।
Gauhati University Inter-College Youth Festival:দুধনৈ মহাবিদ্যালয়ত উখল-মাখল পৰিৱেশত গুৱাহাটী বিশ্ববিদ্যালয় আন্তঃ মহাবিদ্যালয় যুৱ মহোৎসৱৰ সামৰণি
Uncategorized
দৈনন্দিন বাৰ্তা
-
October 8, 2024
(Gauhati University Inter-College Youth Festival) দুধনৈ মহাবিদ্যালয়ত এক উখল-মাখল পৰিৱেশত সামৰণি পৰিল গুৱাহাটী বিশ্ববিদ্যালয় (পশ্চিম মণ্ডল)আন্ত:মহাবিদ্যালয় যুৱ মহোৎসৱ-২০২৩-২৪ । অসমৰ বৌদ্ধিক আৰু শৈক্ষিক জগতৰ ঐতিহ্যবাহী গুৱাহাটী বিশ্ববিদ্যালয়ৰ অন্তৰ্গত গুৱাহাটী বিশ্ববিদ্যালয়ৰ ক্ৰীড়া পৰিষদৰ সহযোগত আৰু দুধনৈ মহাবিদ্যালয়ৰ উদ্যোগত ২০২৩-২৪ ইং বর্ষৰ গুৱাহাটী বিশ্ববিদ্যালয় আন্তঃ মহাবিদ্যালয় যুৱ মহোৎসৱ খনি যোৱা ৫ অক্টোবৰৰ পৰা তিনি দিনীয়া কাৰ্যসূচীৰে অনুষ্ঠিত হয় । যুৱ মহোৎসৱ খনিত গোৱালপাৰা, বঙাইগাঁও, ধুবুৰী আৰু দক্ষিণ শালমাৰা জিলাৰ মুঠ১৫ খন মহাবিদ্যালয়ে অংশ গ্ৰহণ কৰে ।আজি সংগীত প্ৰতিযোগিতাৰ অন্তিম কাৰ্যসূচী লোকবাদ্য প্ৰতিযোগিতাই সকলোকে মোহিত কৰে ।
Sarbananda Sonowal: শাৰদীয় দুৰ্গোৎসৱৰ বতৰত ডিব্ৰুগড়ত ৰিক্সাচালক, ঠেলাচালকসকলৰ লগত কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱাল
Uncategorized
দৈনন্দিন বাৰ্তা
-
October 8, 2024
Minister Sarbananda Sonowal)কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱালে আজি ডিব্ৰুগড়ত ৰিক্সাচালক, ঠেলাচালকসকলক লগ কৰি তেওঁলোকৰ খা-খবৰ লয় আৰু অন্তৰংগ বাৰ্তালাপত মিলিত হয়। লগতে তেওঁলোকৰ সৈতে একেলগে পুৰি-চবজি খোৱাত মিলিত হয়। সৰ্বানন্দ সোণোৱালে উল্লেখ কৰে, "আমাৰ লক্ষ্য- অন্ত্যোদয়াৰ জৰিয়তে সমাজৰ সৰ্বস্তৰৰ লোকৰ সম-বিকাশ, সম-মৰ্যাদা সুনিশ্চিত কৰা।
1
...
81
82
83
...
174
Page 82 of 174
Popular
Ratul Kalita: কংগ্ৰেছ এৰিব APCCৰ মুখপাত্ৰ ৰাতুল কলিতাই !
দৈনন্দিন বাৰ্তা
-
March 7, 2026