Breaking

বগৰীবাৰী মহামায়া মন্দিৰৰ পুখুৰীত অচিনাক্ত মৃতদেহ উদ্ধাৰ

0 160

বগৰীবাৰী মহামায়া মন্দিৰৰ পুখুৰীত অচিনাক্ত মৃতদেহ উদ্ধাৰ ৷

বি টি আৰৰ পৰ্বতঝোৰা মহকুমাৰ বগৰীবাৰী আৰক্ষী থানাৰ অন্তৰ্গত মহামায়া মন্দিৰৰ সমীপত থকা পুখুৰীত অচিনাক্ত পুৰুষৰ মৃতদেহ উদ্ধাৰ ।

উল্লেখ্য যে নিচেই পুৱাতে বগৰীবাৰী আৰক্ষী খবৰ পাই ঘটনাস্থলীত উপস্থিত হৈ মৃত দেহটো উদ্ধাৰ কৰি মৰণোত্তৰ পৰীক্ষাৰ বাবে কোকৰাঝাৰ অসামৰিক চিকিৎসালয় লৈ প্ৰেৰণ কৰে। উল্লেখ্য যে সুঠাম দেহৰ যুৱক কেনেকৈ আৰু কি কাৰণত পুখুৰীত পৰি মৃত্যু বৰণ কৰিলে সেয়া সমগ্ৰ বগৰীবাৰী অঞ্চলত এক তীব্ৰ চাঞ্চল্যৰ সৃষ্টি হৈছে।

বগৰীবাৰী আৰক্ষী থানাৰ এছ আই ৰমেশ চন্দ্ৰ ৰায় আৰু দণ্ডাধীশে মৃত দেহ সম্পৰ্কে মন্তব্য আগবঢ়ায় ।

Leave A Reply