Breaking

গুৱাহাটী মহানগৰীৰ মালিগাঁৱৰ ৰে’লগেট বজাৰৰ সমীপত উদ্ধাৰ অচিনাক্ত মৃতদেহ…

0 97

গুৱাহাটী মহানগৰীত পুনৰ মৃতদেহ উদ্ধাৰ
মালিগাঁৱৰ ৰে’লগেট বজাৰৰ সমীপত উদ্ধাৰ অচিনাক্ত মৃতদেহ


স্থানীয় লোকে মৃতদেহ প্রত্যক্ষ কৰি খবৰ দিয়ে আৰক্ষীক
বৰ্তমানলৈকে চিনাক্ত হোৱা নাই মৃত লোকজনৰ পৰিচয়


মৃতদেহ উদ্ধাৰ কৰি মৰণোত্তৰ পৰীক্ষাৰ বাবে প্ৰেৰণ

Leave A Reply