February 20, 2024 ৰঙিয়াত লাচিত এক্সপ্ৰেছৰ ডবাৰ পৰা অচিনাক্ত মহিলাৰ মৃতদেহ উদ্ধাৰ… Share FacebookTwitterWhatsAppTelegramKooEmail ৰঙিয়াত লাচিত এক্সপ্ৰেছত অচিনাক্ত মহিলাৰ মৃতদেহ উদ্ধাৰ। মুৰ্ককচেলেঙৰ পৰা গুৱাহাটী অভিমুখী আছিল ট্ৰেইনখন। ৰে’ল কৰ্তৃপক্ষই বিশেষভাবে সক্ষম লোকৰ ডবাৰ পৰা উদ্ধাৰ কৰে মৃতদেহটো। Author: দৈনন্দিন বাৰ্তা Related Articles নাগৰিকত্বক লৈ গুৱাহাটী উচ্চ ন্যায়ালয়ৰ গুৰুত্বপূৰ্ণ ৰায়: PAN, ভোটাৰ কাৰ্ড বা NRC শ্লিপেই নাগৰিকত্বৰ প্ৰমাণ নহয় দৈনন্দিন বাৰ্তা - July 2, 2026 এল নিনোক লৈ সতৰ্ক কেন্দ্ৰীয় চৰকাৰ : সকলো মন্ত্ৰণালয়ক জৰুৰী পৰিকল্পনা প্ৰস্তুতৰ নিৰ্দেশ প্ৰধানমন্ত্ৰী মোদীৰ । El Niño দৈনন্দিন বাৰ্তা - July 2, 2026 ক্ৰমাৎ সুস্থ হৈছে ৰোজ খানৰ নৃশংস আক্ৰমণৰ বলি হোৱা মৃদুমুদ্ৰা; GMCHৰ অধীক্ষকে দিলে গুৰুত্বপূৰ্ণ আপডেট দৈনন্দিন বাৰ্তা - June 3, 2026