Breaking

জাগীৰোডত ছেমি কণ্ডাক্টৰ প্ৰকল্প স্থাপনত কেন্দ্ৰীয় কেবিনেটৰ অনুমোদন

0 45

জাগীৰোডত ছেমি কণ্ডাক্টৰ প্ৰকল্প স্থাপনত কেন্দ্ৰীয় কেবিনেটৰ অনুমোদন।

২৭ হাজাৰ কোটি টকা বিনিয়োগেৰে প্ৰকল্পটো স্থাপন কৰিব টাটা গ্রুপে।

জাগীৰোড কাগজ কলৰ মাটিত স্থাপন হ’ব ছেমি কণ্ডাক্টৰ প্ৰকল্প।

দিল্লীত কেবিনেট বৈঠকৰ অন্তত ঘোষণা তথ্য প্রযুক্তি মন্ত্রী অশ্বিনী বৈষ্ণৱৰ।

একেদিনাই দেশৰ ৩টা ছেমি কণ্ডাক্টৰ প্ৰকল্পত অনুমোদন।

অসমত দেশৰ তৃতীয়টো ছেমি কণ্ডাক্টৰ প্ৰকল্প স্থাপন হ’ব।

তিনিওটা প্রকল্পৰে নিৰ্মাণকাৰ্য ১০০ দিনত আৰম্ভ হ’ব।

বিশ্বৰ এটা বিখ্যাত অটোমোবাইল কোম্পানীয়ে ক্ৰয় কৰিব অসমত নির্মিত ছিপ।

Leave A Reply