Breaking

আজি অসমলৈ আহিব কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহ…

0 16

আজি অসমলৈ আহিব কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহ।

বিয়লি ৫.৩৫ বজাত বৰঝাৰত উপস্থিত হ’ব কেন্দ্ৰীয় গৃহমন্ত্ৰীগৰাকী।

বিজুলী কলিতা মেধিৰ হৈ অমিত শ্বাহে চলাব প্ৰচাৰ।

সন্ধিয়া ৬.১০ৰ পৰা ৭.১০ বজালৈ ৰোড শ্ব’ত অংশগ্ৰহণ কৰিব অমিত শ্বাহে।

মহানগৰীৰ চাইকেল ফেক্টৰীৰ পৰা লালগণেশলৈ কৰিব এই ৰোড শ্ব’।

Leave A Reply