ফোনযোগে মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাৰ পৰা ৰাজ্যৰ শেহতীয়া বান পৰিস্থিতিৰ বুজ ল’লে কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহে…

ফোনযোগে মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাৰ পৰা ৰাজ্যৰ শেহতীয়া বান পৰিস্থিতিৰ বুজ ল’লে কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহে।

পৰিস্থিতিৰ সৈতে মোকাবিল কৰিবলৈ কেন্দ্ৰৰ পৰা সহায়ৰ আশ্বাস।

ছ’চিয়েল মিডিয়াযোগে এই কথা সদৰী কৰে মুখ্যমন্ত্ৰীগৰাকীয়ে।

Related Articles