Breaking

ডিব্ৰুগড় বিমানবন্দৰ কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোনোৱাল, ক’ৰ পৰা নিৰ্বাচন খেলিব সৰ্বানন্দ সোনোৱালে…

0 37

লোকসভা নিৰ্বাচনৰ প্ৰাৰ্থীৰ তালিকা চূড়ান্ত কৰিবলৈ দিল্লীত অনুষ্ঠিত কেন্দ্ৰীয় নিৰ্বাচন সমিতিৰ বৈঠকত অংশগ্ৰহণ কৰি আজি ডিব্ৰুগড়ত উপস্থিত কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱাল।


ডিব্ৰুগড়ৰ মোহনবাৰী বিমানবন্দৰত সংবাদ মাধ্যমৰ আগত সোণোৱালে কয় যে তালিকা চূড়ান্ত প্ৰক্ৰিয়া এতিয়াও অব্যাহত আছে। দলীয় প্ৰট’কল অনুসৰি সকলো ৰাজ্যৰ বাবে তালিকা সম্পূৰ্ণ হোৱাৰ পিছত ৰাষ্ট্ৰীয় সভাপতিয়ে নাম ঘোষণা কৰিব। ডিব্ৰুগড়ত তেওঁৰ প্ৰাৰ্থীত্বৰ সন্দৰ্ভত চৰ্চা চলি থকাক লৈ কয় যে এইয়া জনসাধাৰণৰ মৰম আৰু মৰমৰ বাবেই মোৰ নাম সংবাদ মাধ্যমত বেছিকৈ চৰ্চিত হৈছে।

Leave A Reply