July 21, 2024 যোগীঘোপাৰ সাঁকোমুৰাত পুখুৰীত পৰি এজন লোকৰ অকাল মৃত্যু… Share FacebookTwitterWhatsAppTelegramKooEmail যোগীঘোপাৰ সাঁকোমুৰাত শোকাৱহ ঘটনা। পুখুৰীত পৰি এজন লোকৰ অকাল মৃত্যু। মাছ মাৰিবলৈ গৈ মৃত্যু নিৰঞ্জন ৰায় নামৰ লোকজনৰ। ৰাইজৰ সহযোগত পুখুৰীৰ পৰা উদ্ধাৰ মৃতদেহটো। Author: দৈনন্দিন বাৰ্তা Related Articles নাগৰিকত্বক লৈ গুৱাহাটী উচ্চ ন্যায়ালয়ৰ গুৰুত্বপূৰ্ণ ৰায়: PAN, ভোটাৰ কাৰ্ড বা NRC শ্লিপেই নাগৰিকত্বৰ প্ৰমাণ নহয় দৈনন্দিন বাৰ্তা - July 2, 2026 এল নিনোক লৈ সতৰ্ক কেন্দ্ৰীয় চৰকাৰ : সকলো মন্ত্ৰণালয়ক জৰুৰী পৰিকল্পনা প্ৰস্তুতৰ নিৰ্দেশ প্ৰধানমন্ত্ৰী মোদীৰ । El Niño দৈনন্দিন বাৰ্তা - July 2, 2026 ক্ৰমাৎ সুস্থ হৈছে ৰোজ খানৰ নৃশংস আক্ৰমণৰ বলি হোৱা মৃদুমুদ্ৰা; GMCHৰ অধীক্ষকে দিলে গুৰুত্বপূৰ্ণ আপডেট দৈনন্দিন বাৰ্তা - June 3, 2026