মৰিগাঁৱত শোকৰ ছাঁ। মৰিগাঁও ছাত্ৰ সন্থাৰ প্ৰতিষ্ঠাপক সভাপতি, বিশিষ্ট শিক্ষাবিদ, ব্ৰাক্ষণ সমাজৰ সভাপতি, ভাষা আন্দোলনৰ এজন অগ্ৰণী নেতা, আধুনিক মৰিগাঁৱৰ স্বপ্নদষ্টা, জিলাখনৰ সকলো অনুষ্ঠান প্ৰতিষ্ঠানৰ গুৰিধৰোতা, অঞ্চলৰ প্ৰথম গ্ৰেজুৱেট, পথ প্ৰদৰ্শক উপেন শৰ্মাৰ মৃত্যুত মৰিগাঁৱৰ ছাত্ৰ সন্থাৰ পৰিয়ালবৰ্গ অতিকৈ মৰ্মাহত।
তেখেতৰ বিদেহী আত্মাৰ সদগতি কামনা কৰি আৰু পৰিয়ালবৰ্গলৈ গভীৰ সমবেদনা জ্ঞাপন কৰিছে মৰিগাঁও ছাত্ৰ সন্থাৰ সদস্যসকলে ৷