UPSC Result 2024: ঘোষণা হ’ল UPSCৰ ফলাফল, প্ৰথম স্থান দখল শক্তি ডুবেৰ

ঘোষণা হ’ল UPSC ৰ ২০২৪ বৰ্ষৰ ফলাফল।(UPSC Result 2024)

প্ৰথম স্থান দখল উত্তৰ প্ৰদেশৰ শক্তি ডুবেৰ।

দ্বিতীয় স্থান দখল হর্ষিতা গোৱেলৰ।

তৃতীয় স্থানত ডংগ্রে অৰ্চিত পৰাগ।

চতুৰ্থত শ্বাহ মাৰ্গি চিৰাগ, পঞ্চমত আকাশ গার্গ আৰু ষষ্ঠত কোমল পুনিয়া।

সপ্তমত আয়ুশী বনছাল, অষ্টমত ৰাজ কৃষ্ণ ঝা, নৱৰ্মত আদিত্য বিক্ৰম আগৰৱাল।

দশম স্থান দখল কৰিছে মায়াংক ত্রিপাঠীয়ে।

১,০০৯ গৰাকী পৰীক্ষাৰ্থী উত্তীৰ্ণ হৈছে এইবাৰ।

UPSCত তালিকাৰ প্ৰথম ৫ গৰাকীৰ ৩ গৰাকীয়েই হৈছে মহিলা পৰীক্ষাৰ্থী।

Related Articles