US Israel Iran War: অৱশেষত যুদ্ধবিৰতি ঘোষণা আমেৰিকা-ইৰাণৰ

অৱশেষত যুদ্ধবিৰতি ঘোষণা আমেৰিকা-ইৰাণৰ। (US Israel Iran War)

৪০দিনীয়া যুদ্ধৰ অন্ত পেলালে ১০টা চৰ্তই।

১৪দিনলৈ যুদ্ধ নকৰে আমেৰিকা আৰু ইৰাণে।

আমেৰিকা-ইৰানৰ যুদ্ধ বিৰতি দুসপ্তাহৰ বাবে যুদ্ধবিৰতি ঘোষণা আমেৰিকা।

ইৰাণৰ যুদ্ধবিৰতিৰ বাবে ইৰাণে আমেৰিকাক বান্ধি দিলে ১০ টা চর্ত।

চর্তসমূহক লৈ আলোচনাৰ সন্মতি ট্ৰাম্পৰ।

৪০দিনীয়া যুদ্ধৰ অন্তত অৱশেষত মধ্য প্ৰাচ্যলৈ উভতিল শান্তি।

ট্রাম্পৰ পাছতেই ইৰাণৰ সেনাৰ যুদ্ধ বিৰতি ঘোষণা।

দুসপ্তাহৰ বাবে সামৰিক অভিযান বন্ধৰ ঘোষণা।

IRGCৰ যুদ্ধ বিৰতি ঘোষণা।

ইৰাক প্ৰান্তত সামৰিক অভিযান বন্ধৰ ঘোষণা।

Related Articles