July 18, 2024 ক’ভিডত আক্ৰান্ত আমেৰিকাৰ ৰাষ্ট্ৰপতি জো বাইডেন… Share FacebookTwitterWhatsAppTelegramKooEmail ক’ভিডত আক্ৰান্ত আমেৰিকাৰ ৮১ বছৰীয়া ৰাষ্ট্ৰপতি জো বাইডেন৷ হোৱাইট হাউছৰ প্ৰেছ সচিব কাৰাইন জিন পেৰীয়ে সদৰী কৰিছে এই কথা৷ ক’ভিড 19ৰ লক্ষণ ধৰা পৰিছে ৰাষ্ট্ৰপতি জো বাইডেনৰ শৰীৰত৷ Author: দৈনন্দিন বাৰ্তা Related Articles ভাৰত সেৱাশ্ৰম সংঘৰ তিনিচুকীয়া শাখাৰ বিশেষ অনুষ্ঠানত কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱাল ৷ দৈনন্দিন বাৰ্তা - December 13, 2025 সদৌ অসম মটক যুৱ-ছাত্ৰ পৰিষদৰ উদ্যোগত অসম ভলীবল সন্থাৰ সৌজন্যত ৰাজকুমাৰ লংকেশ্বৰ গোঁহাই ভলীবল কাপ ২০২৫ । দৈনন্দিন বাৰ্তা - December 13, 2025 জুবিন গাৰ্গ হত্যাকাণ্ড : চাৰ্জশ্বীটত সংযোজন হোৱা BNS 105 ধাৰা কি? কি শাস্তি হ’ব পাৰে দোষীৰ? দৈনন্দিন বাৰ্তা - December 13, 2025