Breaking

দুৰ্ঘটনাত পতিত আমেৰিকাৰ ৰাষ্ট্ৰপতি জো বাইডেনৰ কনভয়ৰ বাহন…

0 41

দুৰ্ঘটনাত পতিত আমেৰিকাৰ ৰাষ্ট্ৰপতি জো বাইডেনৰ কনভয়ৰ বাহন। উইলিংটনৰ ডেলাৱেৰত সংঘটিত হৈছে এই ঘটনা।

পাৰ্কিঙত থকা অৱস্থাতে বাইডেনৰ SUV কাৰত খুন্দা এখন বাহনৰ।

দুৰ্ঘটনাত আঘাতপ্ৰাপ্ত হোৱা নাই আমেৰিকাৰ ৰাষ্ট্ৰপতি। ঘটনাৰ সময়ত বাহনখনত বহি আছিল জো বাইডেনৰ পত্নী জিল বাইডেন। অৱশ্যে দুৰ্ঘটনাত আঘাতপ্ৰাপ্ত হোৱা নাই কোনো।

Leave A Reply