USTMৰ আচাৰ্য মহবুবুল হকক আটক(USTM)
আৰক্ষীৰ আৰু STFৰ এটা দলে নিশা ডেৰ বজাত আটক কৰে হকক।
নিজা বাসগৃহৰ ঘোঁৰামৰাৰ পৰা আটক কৰে মহবুবুল হকক।
কৰিমগঞ্জ থানাৰ গোচৰৰ ভিত্তিত আটক।
নিশা পানবজাৰ থানাত ৰখা হৈছিল তেওঁক।
বৰ্তমান শ্ৰীভূমিৰ আৰক্ষীয়ে তদন্তৰ বাবে লৈ গৈছে শ্ৰীভূমিলৈ।

