February 27, 2024 আজি উত্তৰ প্ৰদেশ, কৰ্ণাটক আৰু হিমাচল প্ৰদেশত অনুষ্ঠিত হ’ব নিৰ্বাচন… Share FacebookTwitterWhatsAppTelegramKooEmail আজি দেশৰ ৩ খন ৰাজ্যত ৰাজ্যসভাৰ নিৰ্বাচন৷ উত্তৰ প্ৰদেশ, কৰ্ণাটক আৰু হিমাচল প্ৰদেশত অনুষ্ঠিত হ’ব নিৰ্বাচন৷ ১৫ খন আসনৰ বাবে অনুষ্ঠিত হ’ব নিৰ্বাচন৷ উত্তৰপ্ৰদেশ, কৰ্ণাটকত ক্ৰছ ভোটিঙৰ আশংকা৷ Author: দৈনন্দিন বাৰ্তা Related Articles Kandarpa Kalita: অসম প্ৰদেশ কংগ্ৰেছ কমিটিৰ সম্পাদক কন্দৰ্প কলিতাৰ পদত্যাগ দৈনন্দিন বাৰ্তা - March 9, 2026 Rupjyoti Kurmi: ড০ জ্ঞানশ্ৰী বৰাৰ প্ৰাৰ্থিত্ব সন্দৰ্ভত ৰূপজ্যোতি কুৰ্মীৰ মন্তব্য দৈনন্দিন বাৰ্তা - March 8, 2026 Ratul Kalita: কংগ্ৰেছ এৰিব APCCৰ মুখপাত্ৰ ৰাতুল কলিতাই ! দৈনন্দিন বাৰ্তা - March 7, 2026