Vande bharat sleeper trains: আজি মুকলি হ’ব দেশৰ প্ৰথমখন বন্দে ভাৰত শ্লীপাৰ ৰে’ল

আজি মুকলি হ’ব দেশৰ প্ৰথমখন বন্দে ভাৰত শ্লীপাৰ ৰে’ল।(Vande bharat sleeper trains)

হাওৰাত প্ৰধানমন্ত্ৰীয়ে মুকলি কৰিব এই ৰে’লসেৱা।

মালদা টাউন ৰে’ল ষ্টেচনৰ পৰা ফ্লেগঅফ কৰিব প্রধামন্ত্ৰীয়ে।

হাওৰা-কামাখ্যাৰ মাজত চলিব এই ৰে’লখন।

সপ্তাহত ৬ দিন হাওৰা-কামাখ্যাৰ মাজত চলিব ৰে’লখন।

Related Articles