ভেনিজুৱেলাৰ ৰাষ্ট্ৰপতিৰ বন্দিত্বৰ প্ৰথমখন ফটো মুকলি।(Venezuela News)
মাৰ্কিন ৰাষ্ট্ৰপতি ড’নাল্ড ট্ৰাম্পে মুকলি কৰিলে ফটো।
ৰাষ্ট্ৰপতি নিকোলাছ মাদুৰোৰ ফটো মুকলি।
ৰাষ্ট্ৰপতি নিকোলাছ মাদুৰু আৰু পত্নীক গ্ৰেপ্তাৰৰ পিছতেই ভয়াৱহ হৈ পৰিছে ভেনিজুৱেলাৰ পৰিস্থিতি ।
ভেনিজুৱেলাত থকা ভাৰতীয় লোকৰ সহায়ৰ বাবে মুকলি কৰা হৈছে ফোন নম্বৰ ।
ভেনিজুৱেলাত থকা ভাৰতীয় লোকক অপ্ৰয়োজনীয় ভ্ৰমণৰপৰা বিৰত থকাৰ নিৰ্দেশ।
ভেনেজুৱেলাৰ ৰাজধানী কাৰাকাছসহ বিভিন্ন স্থানত আমেৰিকাৰ ভয়ংকৰ সামৰিক আক্ৰমণ।
মাৰ্কিন বাহিনীয়ে ভেনেজুৱেলাৰ ৰাষ্ট্ৰপতি নিকোলাছ মাডুৰ আৰু তেওঁৰ পত্নী চিলিয়া ফ্লোৰেচক বন্দী কৰি লৈ যায়।
আমেৰিকাৰ সামৰিক বাহিনীৰ বোমা বৰ্ষণত সম্পূৰ্ণৰূপে বিধ্বস্ত হৈ পৰে ভেনেজুৱালাৰ সামৰিক আন্তঃগাঁঠনি।
আনহাতে ভেনিজুৱেলাৰ পৰৱৰ্তী ৰাষ্ট্ৰপতিৰ নাম ঘোষণা।
ডেলচি ৰড্ৰিগেজ হ’ব ভেনিজুৱেলাৰ অন্তৰ্ৱৰ্তীকালীন ৰাষ্ট্ৰপতি।
নিকোলাছ মাদুৰোক আমেৰিকান সেনাই গ্ৰেপ্তাৰৰ পিছতে ভেনিজুৱেলাৰ উচ্চতম ন্যায়ালয়ৰ সিদ্ধান্ত।

